অগভীৰঅগম্য

অগভীৰ নলীনাদ (Assamese) [ Roman: o.go.bhir no.li.nad]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-17
1. (Material Noun-Neuter) tubewells below 50 feet depth; due to shallowness, prone to pollution from seepage of polluted water, commonly used for irrigation in paddy fields ৫০ ফুটতকৈ কম গভীৰতাৰ দমকল; দ নোহোৱা কাৰণে প্ৰদূষিত হোৱাৰ সম্ভাৱনা বেছি ৷ সাধাৰণতে খেতি পথাৰত পানী যোগানৰ বাবে ব্যৱহাৰ কৰা হয় ৷